Cabinet Ministers of Assam 2021-2026 in Assamese

অসমৰ কেবিনেট মন্ত্ৰীসকল ২০২১-২০২৬।

অসম চৰকাৰ হ’ল অসমৰ ৰাজ্য চৰকাৰ। 2021 চনৰ নির্বাচনৰ পাছত হিমন্ত বিশ্ব শর্মা অসমৰ মুখ্যমন্ত্রী হয়৷ তেওঁৰ নেতৃত্বত গঠিত এই মন্ত্ৰীসভাত 16 জন কেবিনেট মন্ত্ৰী আছে। এই মন্ত্ৰীসকল বিভিন্ন বিভাগৰ দায়িত্বত থাকে, যি মুখ্য়মন্ত্ৰীক ৰাজ্য়খন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ সহায় কৰে। এই মন্ত্ৰীসকল আৰু তেওঁলোকৰ বিভাগসমূহৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল।

Cabinet Ministers of Assam || অসমৰ কেবিনেট মন্ত্ৰীসকল
Cabinet Ministers of Assam

অসমৰ কেবিনেট মন্ত্ৰীসকল (List of Cabinet Ministers of Assam 2024) -

শ্ৰী হিমন্ত বিশ্ব শৰ্মা (Shri Himanta Biswa Sarma):

  • গৃহ বিভাগ (Home Department),
  • ব্যক্তিগত বিভাগ (Personal Department),
  • ৰাজহুৱা কামৰ ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ (Public Works Building and National Highways Department),
  • ৰাজহুৱা কামৰ গড়কাপ্তানী বিভাগ (Public Works Roads Department),
  • চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ (Medical Education and Research Department),

শ্ৰী ৰঞ্জিত কুমাৰ দাস (Shri Ranjit Kumar Das):

  • পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ (Panchayat and Rural Development),
  • ন্যায় বিভাগ (Judicial Department),
  • পৰ্যটন বিভাগ (Tourism Department),
  • সাধাৰণ প্ৰশাসন  বিভাগ (General Administration),

শ্ৰী অতুল বৰা (Shri Atul Bora):

  • কৃষি বিভাগ (Agriculture Department),
  • আবকাৰী বিভাগ (Excise Department),
  • সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ (Border Protection and Development Department),
  • উদ্যান শস্য বিভাগ (Horticulture Department),
  • অসম চুক্তিৰ ৰূপায়ণ বিভাগ (Implementation of Assam Accord)

শ্ৰী কেশৱ মহন্ত (Shri Keshab Mohanta):

  • ৰাজহ বিভাগ (Revenue Department),
  • দুৰ্যোগ ব্যৱস্থাপনা বিভাগ (Disaster Management Department),
  • তথ্য প্ৰযুক্তি বিভাগ (Information Technology Department),
  • বিজ্ঞান বিভাগ (Science Department),
  • প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ (Technology and Climate Change Department),

শ্ৰী উৰ্খাও গাৱৰা ব্ৰহ্ম (Shri Urkhao Gwra Brahma):

  • হস্ততাঁত বিভাগ (Handloom Department),
  • বস্ত্ৰশিল্প আৰু ৰেচম বিভাগ (Textiles and Sericulture Department),
  • মাটি সংৰক্ষণৰ বিভাগ (Soil Conservation),
  • বড’লেণ্ডৰ কল্যাণ বিভাগ (Welfare of Bodoland)

শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰী (Shri Chandra Mohan Patowary):

  • এক্ট ইষ্ট পলিচি এফেয়াৰ্ছ বিভাগ (Act East Policy Affairs),
  • পৰিৱেশ আৰু বন বিভাগ (Environment and Forest Department),
  • সংসদীয় পৰিক্ৰমা বিভাগ (Parliamenmtary Affairs Department),

শ্ৰী ৰনোজ পেগু (Shri Ranoj Pegu):

  • স্কুল শিক্ষা বিভাগ (School Education Department),
  • উচ্চ শিক্ষা বিভাগ (Higher Education Department),
  • জনজাতীয় পৰিক্ৰমা বিভাগ – সমভূমি (Tribal Affairs Department – Plain),

শ্ৰী অশোক সিংঘল (Shri Ashok Singhal):

  • স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (Health and Family Welfare Department),
  • জলসিঞ্চন বিভাগ (Irrigation Department),

শ্ৰী যোগেন মহন (Shri Jogen Mohan):

  • পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগ (Hill Areas Development),
  • পৰিবহণ বিভাগ (Transport Department),
  • সহযোগিতা বিভাগ (Co-operation Department),
  • খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ (Indigenous and Tribal Faith & Culture Department),

শ্ৰীমতী অজন্তা নেওগ (Shrimati Ajanta Neog):

  • বিত্ত বিভাগ (Finance Department),
  • মহিলা আৰু শিশু উন্নয়ন বিভাগ (Women and Child Development Department),

শ্ৰী পিজুষ হাজৰিকা (Shri Pijush Hazarika):

  • তথ্য বিভাগ (Information Department),
  • জনসংযোগ বিভাগ (Public Relations Department),
  • ছপা আৰু ষ্টেচনাৰী বিভাগ (Printing and Stationery Department),
  • সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ (Social Justice and Empowerment),
  • জলসম্পদ বিভাগ (Water Resources Department),

শ্ৰী বিমল বৰা (Shri Bimal Bora):

  • সাংস্কৃতিক পৰিক্ৰমা বিভাগ (Cultural Affairs Department),
  • উদ্যোগ বিভাগ (Industries Department),
  • বাণিজ্য বিভাগ (Commerce Department),
  • ৰাজহুৱা উদ্যোগ বিভাগ (Public Enterprises Department),

শ্ৰী জয়ন্ত মল্ল বৰুৱা (Shri Jayanta Malla Baruah):

  • জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগ (Public Health Engineering Department),
  • গৃহ নিৰ্মাণ বিভাগ (Housing Department),
  • নগৰ পৰিক্ৰমা বিভাগ (Urban Affairs Department),

শ্ৰীমতী নন্দিতা গৰ্লোছা (Srimati Nandita Gorlosa):

  • ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ (Sports and Youth Welfare Department),
  • সংখ্যালঘুৰ কল্যাণ আৰু উন্নয়ন বিভাগ (Welfare of Minorities and Development Department),
  • ৰাজহুৱা কামৰ ভৱন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগ (Public Works Building and National Highways Department),

শ্ৰী প্ৰশান্ত ফুকন (Shri Prasanta Phukan):

  • শক্তি বিভাগ (Power Department),
  • দক্ষতা বিভাগ (Skill Department),
  • নিয়োগ আৰু উদ্যোগীকৰণ বিভাগ (Employment and Entrepreneurship Department),
  • চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ (Medical Education and Research Department),

শ্ৰী কৌশিক ৰায় (Shri Kaushik Rai):

  • খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ (Food, Public Distribution and Consumer Affairs Department),
  • খনি আৰু খনিজ বিভাগ (Mines and Minerals Department),
  • বৰাক উপত্যকা উন্নয়ন বিভাগ (Barak Valley Development Department),

শ্ৰী কৃষ্ণেন্দু পল (Shri Krisnendu Paul):

  • পশুপালন আৰু পশু চিকিৎসা বিভাগ (Anmimal Husbandry and Veterinary Department),
  • মীন বিভাগ (Fishery Department),
  • ৰাজহুৱা কামৰ গড়কাপ্তানী বিভাগ (Public Works Roads Department),

শ্ৰী ৰূপেশ গোৱালা (Shri Rupesh Gowala):

  • শ্ৰমিক কল্যাণ বিভাগ (Labour Welfare Department),
  • চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগ (Tea Tribes and Adivasi Welfare Department),
Cabinet Ministers of India 2024 || ভাৰতৰ কেবিনেট মন্ত্ৰীসকল
ভাৰতৰ কেবিনেট মন্ত্ৰীসকল ২০২৪
List of chief ministers of Assam || অসমৰ মুখ্যমন্ত্রীসকলৰ তালিকা
Governor of Assam || অসমৰ ৰাজ্যপালসকল

FAQ

বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা।

বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু (Ranoj Pegu)।

বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা।

বৰ্তমান অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ (Ajanta Neog):

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top