অসমৰ কেবিনেট মন্ত্ৰীসকল ২০২১-২০২৬।
অসম চৰকাৰ হ’ল অসমৰ ৰাজ্য চৰকাৰ। 2021 চনৰ নির্বাচনৰ পাছত হিমন্ত বিশ্ব শর্মা অসমৰ মুখ্যমন্ত্রী হয়৷ তেওঁৰ নেতৃত্বত গঠিত এই মন্ত্ৰীসভাত 16 জন কেবিনেট মন্ত্ৰী আছে। এই মন্ত্ৰীসকল বিভিন্ন বিভাগৰ দায়িত্বত থাকে, যি মুখ্য়মন্ত্ৰীক ৰাজ্য়খন সূচাৰুৰূপে পৰিচালনা কৰিবলৈ সহায় কৰে। এই মন্ত্ৰীসকল আৰু তেওঁলোকৰ বিভাগসমূহৰ বিষয়ে তলত চমুকৈ উল্লেখ কৰা হ’ল।
অসমৰ কেবিনেট মন্ত্ৰীসকল (List of Cabinet Ministers of Assam) -
শ্ৰী হিমন্ত বিশ্ব শৰ্মা (Shri Himanta Biswa Sarma):
হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্য়মন্ত্ৰীৰ পদত থকাৰ উপৰিও গৃহ বিভাগ (Department of Home), ব্যক্তিগত বিভাগ (Department of Personnel), ৰাজহুৱা নিৰ্মাণ বিভাগ (Department of Public Works), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ (Health and Family Welfare), চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগ (Medical Education and Research), খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগ (Indigenous and Tribal Faith and Culture) আদি বিভাগৰ দায়িত্বত আছে।
শ্ৰী ৰঞ্জিত কুমাৰ দাস (Shri Ranjit Kumar Das):
সাধাৰণ প্ৰশাসন বিভাগ (General Administration), পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ (Panchayat and Rural Development), খাদ্য আৰু অসামৰিক যোগান আৰু উপভোক্তা পৰিক্ৰমা বিভাগ (Food and Civil Supplies and Consumer Affairs)
শ্ৰী অতুল বৰা (Shri Atul Bora):
কৃষি বিভাগ (Agriculture), উদ্যান শস্য বিভাগ (Horticulture), পশুপালন আৰু পশু চিকিৎসা বিভাগ (Animal Husbandry and Veterinary), সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগ (Border Protection and Development), অসম চুক্তিৰ ৰূপায়ণ বিভাগ (Implementation of Assam Accord)
শ্ৰী উৰ্খাও গাৱৰা ব্ৰহ্ম (Shri Urkhao Gwra Brahma):
হস্ততাঁত আৰু বস্ত্ৰ বিভাগ (Handloom and Textile), মাটি সংৰক্ষণৰ বিভাগ (Soil Conservation), সাধাৰণ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগ-বিটিচি (Minister of Welfare of Plain Tribe and Backward Classes-BTC), বড’লেণ্ডৰ কল্যাণ (Welfare of Bodoland)
শ্ৰী অশোক সিংঘল (Shri Ashok Singhal):
জলসিঞ্চন বিভাগ (Irrigation), গুৱাহাটী উন্নয়ন বিভাগ (Guwahati Development), নগৰ উন্নয়ন বিভাগ (Urban Development), আৱাস আৰু নগৰ পৰিক্ৰমা বিভাগ (Housing and Urban Affairs)
শ্ৰী পৰিমল সুক্লবৈদ্য (Shri Parimal Suklabaidya):
মন্ত্ৰী পৰিমল সুক্লবৈদ্যই 2024 চনৰ 18 জুনত মন্ত্ৰীপদৰ পৰা পদত্যাগ কৰে। ইয়াৰ আগতে তেওঁ পৰিবহণ বিভাগ (Transport), মীন বিভাগ (Fisheries), আবকাৰী বিভাগ (Excise) আদিৰ দায়িত্বত আছিল।
শ্ৰী কেশৱ মহন্ত (Shri Keshab Mohanta):
পৰিবহণ বিভাগ (Transport), মীন বিভাগ (Fisheries), আবকাৰী বিভাগ (Excise), বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ (Science and Technology), তথ্য প্ৰযুক্তি বিভাগ (Information Technology)
শ্ৰীমতী অজন্তা নেওগ (Shrimati Ajanta Neog):
বিত্ত বিভাগ (Finance), সমাজ কল্যাণ বিভাগ (Social Welfare) , মহিলা আৰু শিশু উন্নয়ন বিভাগ (Women and Child Development)
শ্ৰী চন্দ্ৰ মোহন পাটোৱাৰী (Shri Chandra Mohan Patowary):
সংখ্যালঘু কল্যাণ বিভাগ (Welfare of Minorities), এক্ট ইষ্ট পলিচি বিভাগ (Act East Policy Affairs), পৰিৱেশ আৰু বন বিভাগ (Environment and Forests)
শ্ৰী ৰনোজ পেগু (Shri Ranoj Pegu):
শিক্ষা বিভাগ (Education), সাধাৰণ জনজাতি আৰু পিছপৰা শ্ৰেণীৰ কল্যাণ বিভাগ (Welfare of Plain Tribes and Backward Classes), জনজাতীয় কল্যাণ বিভাগ (Tribal Welfare)
শ্ৰী সঞ্জয় কিষাণ (Shri Sanjoy Kishan):
চাহ জনগোষ্ঠীৰ কল্যাণ বিভাগ (Welfare of Tea Tribes), শ্ৰম আৰু কল্যাণ বিভাগ (Labour and Welfare)
শ্ৰী পিজুষ হাজৰিকা (Shri Pijush Hazarika):
জলসম্পদ বিভাগ (Water Resources), তথ্য আৰু জনসংযোগ বিভাগ (Information and Public Relations), সংসদীয় পৰিক্ৰমা বিভাগ (Parliamentary Affairs), সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগ (Social Justice and Empowerment)
শ্ৰী যোগেন মহন (Shri Jogen Mohan):
ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ (Revenue and Disaster Management), পাহাৰীয়া অঞ্চল উন্নয়ন বিভাগ (Hill Areas Development), খনি আৰু খনিজ বিভাগ (Mines and Minerals)
শ্ৰী বিমল বৰা (Shri Bimal Bora):
ৰাজহুৱা উদ্যোগ বিভাগ (Public Enterprises), সাংস্কৃতিক পৰিক্ৰমা বিভাগ (Cultural Affairs)
শ্ৰীমতী নন্দিতা গৰ্লোছা (Srimati Nandita Gorlosa):
সহযোগ বিভাগ (Co-operation), শক্তি বিভাগ (Power), ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগ (Sports and Youth Welfare)
শ্ৰী জয়ন্ত মল্ল বৰুৱা (Shri Jayanta Malla Baruah):
জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগ (Public Health Engineering), উদ্যোগ আৰু বাণিজ্য বিভাগ (Industries and Commerce), দক্ষতা নিয়োগ আৰু উদ্যোগীকৰণ বিভাগ (Skill Employment & Entrepreneurship), পৰ্যটন বিভাগ (Tourism)
- See Also -
FAQ
বৰ্তমান অসমৰ স্বাস্থ্য মন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা।
বৰ্তমান অসমৰ শিক্ষামন্ত্ৰী ৰনোজ পেগু (Ranoj Pegu)।
বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা।
বৰ্তমান অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ (Ajanta Neog):
- Source -
- Wikipedia