দক্ষিণ আমেৰিকাৰ দেশসমূহ আৰু ইয়াৰ ৰাজধানীসমূহ।
South America পশ্চিম গোলাৰ্ধৰ এখন মহাদেশ, ইয়াৰ বেছিভাগেই দক্ষিণ গোলাৰ্ধত আৰু এক সৰু অংশ উত্তৰ গোলাৰ্ধত আছে। এই মহাদেশখনৰ আয়তন 1.78 কোটি বৰ্গ কিলোমিটাৰ আৰু 2021 চনৰ হিচাপত ইয়াৰ জনসংখ্যা প্ৰায় 43.4 কোটিতকৈও অধিক। ক্ষেত্ৰফলৰ হিচাপত দক্ষিণ আমেৰিকা চতুৰ্থ আৰু জনসংখ্যাৰ ফালৰ পৰা পঞ্চম স্থানত আছে।
দক্ষিণ আমেৰিকাৰ দেশ আৰু ইয়াৰ ৰাজধানীসমূহৰ তালিকা (List of South American Countries and their Capitals):
Sl No. | (Country) | (Capital) |
---|---|---|
1. | আৰ্জেণ্টিনা (Argentina) | বুয়েনছ আয়াৰ্ছ (Buenos Aires) |
2. | বলিভিয়া (Bolivia) | ছুক্ৰে আৰু লা পাজ (Sucre and La Paz) |
3. | ব্ৰাজিল (Brazil) | ব্ৰাচিলিয়া (Brasília) |
4. | চিলি (Chile) | চেন্টিয়াগো (Santiago) |
5. | কলম্বিয়া (Colombia) | বগোটা (Bogota) |
6. | ইকুৱেডৰ (Ecuador) | কুইটো (Quito) |
7. | গিয়ানা (Guyana) | জৰ্জটাউন (Georgetown) |
8. | পেৰাগুৱে (Paraguay) | আছুনচিঅন (Asuncion) |
9. | পেৰু (Peru) | লিমা (Lima) |
10. | চুৰিনাম (Suriname) | পাৰামাৰিবো (Paramaribo) |
11. | উৰুগুৱে (Uruguay) | মন্টেভিডিঅ' (Montevideo) |
12. | ভেনিজুৱেলা (Venezuela) | কাৰাকাচ (Caracas) |
FAQ
দক্ষিণ আমেৰিকাত ১২ খন দেশ আছে।
“লেটিন আমেৰিকা” শব্দটোৱে আমেৰিকাৰ সেই অঞ্চলটোক বুজায় য’ত লেটিনৰ পৰা উদ্ভৱ হোৱা ৰোমান ভাষাসমূহ মূলতঃ কোৱা হয়।
দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ দেশ ব্ৰাজিল।
দক্ষিণ আমেৰিকাৰ আটাইতকৈ দীঘল নদী হৈছে আমাজন নদী।
দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদটো হৈছে টিটিকাকা হ্ৰদ।
দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শৃংগ হৈছে একনকাগুয়া আৰু ইয়াৰ উচ্চতা সমুদ্ৰপৃষ্ঠৰ পৰা 6,961 মিটাৰ।